কোনো ব্যক্তিয়েই তেওঁৰ
ব্যক্তিগত
জীৱনত ইমান ব্যস্ত নহয় যে
তেওঁৰ আনৰ
প্ৰতি অলপমানো সময় দিব
নোৱাৰিব...
এইয়া মাথো তেওঁৰ অনীহাৰ
বাদে আন
একো নহয়...!!
.
.
.
.
প্ৰেম ভালপোৱা ৰাতিপুৱা
আৰম্ভ হৈ সন্ধিয়া শেষ
হৈ নাযায়..!! আপুনি
উপলব্ধি নকৰাকৈ প্ৰেমৰ
আৰম্ভণি হয়
আৰু যেতিয়া আপুনি প্ৰেম
ভালপোৱাক
উপলব্ধি কৰিবলৈ বিচাৰিব
তেতিয়া সেই প্ৰেমৰ
সম্পৰ্ক
প্ৰায়েই শেষ হৈ যায়..!!
.
.
.
.
চকুলো কাৰোবালৈ বহুত মনত
পৰিলে বৈ নাহে....
চকুলো বয় মাথো কাৰোবাক
হেৰুৱাব নিবিচাৰিলে...!!
.
.
.
.
আমাৰ জীৱনটোও আজিকালি
ফেচবুকৰ
দৰে হৈ পৰিছে, মানুহে
কাৰোবাৰ অসুবিধাত মাত্ৰ
লাইক
আৰু সমবেদনা মূলক মন্তব্য
কৰে কিন্তু
সমস্যা টো সমাধানৰ বাবে
কোনোৱেই
আগবাঢ়ি নাহে... সকলোৱে
যেন
এনেকুৱা প্ৰদৰ্শন কৰে যেন
তেওঁলোকৰ
নিজৰ স্টেটাচ আপদেত কৰি
কৰি আনলৈ আহৰিয়েই
নাই...!! নহয়নে বাৰু ??
.
.
.
.
আপুনি দৈনিক কোনো এজন
বন্ধুক sms কৰক
তেওঁ কিন্তু আপোনাক
ৰিপ্লাই নিদিয়ে , মাত্ৰ
এবাৰ অচিনাকী নম্বৰ এটাত
মেছেজ
কৰি চাওকচোন.... তুমি কোন
হয় বুলি নিশ্চয় ৰিপ্লাই
দিব...!!
.
.
..
মানুহে আজিৰ দিনত
চিনাকিতকৈ অচিনাকী
সকলক
হে বেছি সময় দিয়া দেখা
যায়... হয়তো নিজ
পৰিয়ালটোৰ বাবেও
কিছুমানৰ হেঁপাহ
কমি গৈছে... লাহে লাহে
সুলকি গৈছে কিছুমান
সম্বন্ধৰ
বান্ধোন.... সকলোৱেই চোন
ব্যক্তিকেন্দ্ৰী
ক হৈ পৰিছো , হেৰুৱাই
পেলাইছো সামাজিক
মূল্যবোধ আৰু দায়বদ্ধতা....!!
!!
   -মৌচুম গগৈ_