***সাঁকো***
তাই আহিছিল সাঁকোডাল ধৰিকপিছিল হৃদয়খনি
তাইক হেৰুৱাৰ ভয় আছিলনে
তাইৰ উভতি যোৱাৰ।
বৈ যোৱা নৈৰ সূঁতি
আৱেগৰ ভৰা মাত
স্মৃতিবোৰ ৰূমন্থন কৰাৰ সময়
তাই সাঁকোডালৰ মাজত।
সেইদিনবোৰ তাইৰ লগত
এক নিষ্ঠুৰ বাস্তুৱ
কলিজাৰ একোণত বিষাদৰ সাগৰ
তাইৰ মনত পৰেনে।
মোৰো জীৱন সাঁকোডালৰ দৰে
এদিন উটি যাম
নৈৰ উঠন বুকুৰ মাজত
তাই যোৱাৰ দৰে।
Post a Comment
Post a Comment