মানুহক বেয়া পোৱাৰ বহু কাৰণ
থাকে জুৰি…
কিন্তু…………………
ভালপোৱাৰ কোনো কাৰণেই বিচাৰি
পোৱা নাযাই।।
কোনোৱে ভাবে বহু ধুনীয়া হোৱা
বাবে মানুহে কাৰোবাক বহুত বেছি
ভাল পাব পাৰে।।
কিন্তু…………
নাহ,,,,,,জুৰি
তেনেকোৱা হ'লে কোনোৱে হয়তো
ভালপাই বহি থাকিল হেতেন,,চলমান
খানৰ প্ৰেমত নাইবা কেটৰিণা
কেইফৰ প্ৰেমত,,…………………
নাইবা……বিশ্ব সুন্দৰ নাইবা কোনো
বিশ্বসুন্দৰীৰ প্ৰেমত।……………………
…
কোনোবাই ভাবে……………টকাই
প্ৰেম…………ডাঙৰ অট্তালিকাই
প্ৰেম………বা…………অাটাইতকৈ ধনী
হ'লেই প্ৰেম……………
নাহ………………
এইবোৰ একো নহয় জুৰি…
তেনেহ'লে প্ৰেমৰ অনুভুতি বোৰও
সলনি হ'লহেতেন………
অাগৰ দৰেইতো অাছে প্ৰেম…………
কিয় তেওক দেখিলে বুকুৰ ধপধপনি
বাঢ়ে,,কিয় তেওৰ ঘৰৰ ওচৰৰে গ'লে
তেও দেখিব বুলি ভয় লাগে।।
তেনেহ'লে কিয়,,প্ৰতিতো মুহুৰ্তত
তেওৰ কথা ভাবি মনতোত দুখ
অনুভব হয়।।
কিয়……………তেওক পোৱাৰ অাজিও
এটা অাশা মনৰ কোনোবা এটা
কোণত সাচি ৰখা হয়।।
কিয়………………
কিয়………………
প্ৰেম কৃত্ৰিম হোৱা নাই,,,………………
হৈছো অামি,,,,,,,,,কিয় চঞ্চল হৈ
পৰো হঠাৎ।।
ভালপাই চোৱাচোন এবাৰ,,,যিজনে
তোমাক বহুত ভাল পাই,,,,তুমি
ভালপোৱাজনত কৈয়ো অধিক।।
কিয় নোবুজা………………এবাৰ,,, মাত্ৰ
এবাৰ…………তেওৰ ভালপোৱাক
সন্মান দিয়া।।
সচা কৈছো মই……………ওৰেতো
জীবন তেও তোমাৰ সতে থাকিব।।
ভালপোৱাক ঘৃণ লগাব বাধ্য
নকৰাবা………নহ'লে পৃথিবীৰ ভিতৰত
অাটাইতকৈ ভালপোৱা জনেই
তোমাক পৃথিবীৰ ভিতৰত ঘৃণ কৰিব
বাধ্য হ'ব।।
-মৌচুম গগৈ…
থাকে জুৰি…
কিন্তু…………………
ভালপোৱাৰ কোনো কাৰণেই বিচাৰি
পোৱা নাযাই।।
কোনোৱে ভাবে বহু ধুনীয়া হোৱা
বাবে মানুহে কাৰোবাক বহুত বেছি
ভাল পাব পাৰে।।
কিন্তু…………
নাহ,,,,,,জুৰি
তেনেকোৱা হ'লে কোনোৱে হয়তো
ভালপাই বহি থাকিল হেতেন,,চলমান
খানৰ প্ৰেমত নাইবা কেটৰিণা
কেইফৰ প্ৰেমত,,…………………
নাইবা……বিশ্ব সুন্দৰ নাইবা কোনো
বিশ্বসুন্দৰীৰ প্ৰেমত।……………………
…
কোনোবাই ভাবে……………টকাই
প্ৰেম…………ডাঙৰ অট্তালিকাই
প্ৰেম………বা…………অাটাইতকৈ ধনী
হ'লেই প্ৰেম……………
নাহ………………
এইবোৰ একো নহয় জুৰি…
তেনেহ'লে প্ৰেমৰ অনুভুতি বোৰও
সলনি হ'লহেতেন………
অাগৰ দৰেইতো অাছে প্ৰেম…………
কিয় তেওক দেখিলে বুকুৰ ধপধপনি
বাঢ়ে,,কিয় তেওৰ ঘৰৰ ওচৰৰে গ'লে
তেও দেখিব বুলি ভয় লাগে।।
তেনেহ'লে কিয়,,প্ৰতিতো মুহুৰ্তত
তেওৰ কথা ভাবি মনতোত দুখ
অনুভব হয়।।
কিয়……………তেওক পোৱাৰ অাজিও
এটা অাশা মনৰ কোনোবা এটা
কোণত সাচি ৰখা হয়।।
কিয়………………
কিয়………………
প্ৰেম কৃত্ৰিম হোৱা নাই,,,………………
হৈছো অামি,,,,,,,,,কিয় চঞ্চল হৈ
পৰো হঠাৎ।।
ভালপাই চোৱাচোন এবাৰ,,,যিজনে
তোমাক বহুত ভাল পাই,,,,তুমি
ভালপোৱাজনত কৈয়ো অধিক।।
কিয় নোবুজা………………এবাৰ,,, মাত্ৰ
এবাৰ…………তেওৰ ভালপোৱাক
সন্মান দিয়া।।
সচা কৈছো মই……………ওৰেতো
জীবন তেও তোমাৰ সতে থাকিব।।
ভালপোৱাক ঘৃণ লগাব বাধ্য
নকৰাবা………নহ'লে পৃথিবীৰ ভিতৰত
অাটাইতকৈ ভালপোৱা জনেই
তোমাক পৃথিবীৰ ভিতৰত ঘৃণ কৰিব
বাধ্য হ'ব।।
-মৌচুম গগৈ…
Post a Comment
Post a Comment