প্ৰেম, জীৱনটোক সুন্দৰ কৰি তোলা এক অতুলনীয় উপাদান। প্ৰেম থকাৰ বাবেই পৃথিৱীখন সুন্দৰ। ইয়াৰ অবিহনে নিঃসন্দেহে জীৱনটো হৈ পৰিব পাৰে ভয়ংকৰ। মাতৃ প্ৰেম, পিতৃ প্ৰেম আদিৰ পৰা আৰম্ভ কৰি প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমলৈকে প্ৰেমৰ সংজ্ঞা বহুতো। এই প্ৰেমৰ আধাৰতেই  বহুতো ছবি নিৰ্মাণ হয়। প্ৰেম ছবিজগতৰ এক অবিচ্ছিন্ন অংগ। প্ৰেমৰ কোনো ভাষা, জাতি, ধৰ্ম নাই। ই সকলোৰে মাজত বিয়পৈ পৰে এখন নদীৰ দৰে।
  …মৌচুম গগৈ-