তোমাৰ বহুত অহংকাৰ ন''
মই জানো,মই তোমাক বহুত ভাল
পাও বাবেই তুমি মোক কষ্ট দিয়া।।
অহংকাৰ বুলিয়েই কয়,,তুমি লাজ
পাব নালাগে,,,,,।।
কেতিয়াবা সন্মুখত দেখিও মোক
তুমি নেদেখাৰ ভাও জোৰা,,হঠাৎ
কেতিয়াবা ভুলতে চকুত চকু পৰিলেও,
তুমি এবাৰৰ ওপৰত মোৰফালে
কেতিয়াও নোচোৱা,, কিয়?এইতো
অহংকাৰ নহয় যদি কি
কোৱা…………।।
কেতিয়াবা এবাৰ অন্তত উভতি
চাবাচোন দেখিবা,,,মই কেনেকৈ
একেথিৰে তোমালৈ চাই আছো।।
 তুমি মোক ভাল পাব নালাগে,,কিন্তু
এষাৰ যদি মৰমৰ মাত দিয়া,তাতে
সন্তষ্ট হও মই,,,
বৰ কষ্ট পাও মই,, যেতিয়া ওচৰেৰে
তুমি মোক অবহেলা কৰি অাতৰি
যোৱা।।মোৰ দুৰ্বল তোমাৰ প্ৰতি
সেইতো সচা, কিন্তু কিয় তুমি মোৰ
দুৰ্বলতাত সযোগ লোৱা,,কিয়??
সময় কাৰো একেদৰে নাযাই
জানা,,এদিন তুমিও অকলশৰিয়া হৈ
যাব পাৰা,,তেতিয়া কিন্তু তুমি
মোৰফালে একেথিৰে চাই থাকিবা
অাৰু মই দেখিও তোমাক নেদেখাৰ
ভাও জুৰিম।।
বৰ কষ্ট পাও জানা মই,যেতিয়া তুমি
মোক কোৱা…কিমান কম অাৰু
তোমাক,,যে মই তোমাক ভাল
নাপাও……অাতৰি যোৱা……শৰীৰৰ
বাওফাল জিনজিনাই যাই মোৰ
জানা।।তুমি অনুভব কৰিব নোৱাৰা।।
সেইষাৰ কথা মনত অাছেনে''জীয়াই
থকা অৱস্থাত সাপে পিপৰা খাই অাৰু
সাপ মৰাৰ পিছত পিপৰাই তাক খাই'''
উত্তৰ দিয়াৰ সময় সকলোৰে
অাহে………এদিন তোমাৰো
অাহিব………তেতিয়া অনুভব কৰিবা
মানুহৰ শৰীৰৰ বাওফাল জিনজিনাই
যোৱাৰ যান্ত্ৰণা।।
      -মৌচুম গগৈ