তোমালৈ,,,,,,,
তুমি কষ্ট দি সাৰি গ'লা...
বহু কেইটা নিদ্রাবিহীন ৰাতিৰ সাক্ষী,,
চকুৰ তলৰ সেই ক'লা দাগবিলাক ।
কিন্তু কি বুলি ভাবিছা
তুমি,,মই সাৰি গ'লো,,,,
নাহ সোণ,,
তুমি সাৰি যোৱা নাই,,জীৱনৰ শেষ
পৰিণতি কি হ'ব তুমি
অাজিও অনুভব কৰিব পৰা হোৱা
নাই।।এদিন অনুভব হ'ব
চাবাচোন,,জীৱনৰ শেষ মুহৰ্তত
যেতিয়া উপনিত হ'বা অাৰু তুমি
শেষ মুহুৰ্তৰ বাবে পিছলৈ উভতি
চাবা,,তেতিয়া দেখিবা যে
অ'' মোক দেখুন ভালপোৱা এতিয়া
এজনো নাই।।ক'ত গ'ল সেই
তোমাৰ হৃদয়ত মোৰ ঠাইত অানৰ
বাবে জমা হোৱা
প্ৰেমবোৰ,,ক'ত গ'ল সেই সপোনৰ
হাহিৰ খিল খিলনি বোৰ।।
তেতিয়া হয়তো হঠাৎ মোলৈ এবাৰ
মনত পৰিব,,,,যে সচাকৈ সি
ঠিকেই কৈছিল সেই মুহুৰ্তত,,, যে
মোৰ দৰে কোনেও তোমাক
ভালপাব নোৱাৰে এটিয়াও অাৰু
হয়তো অাগলৈও।।
তেতিয়া হয়তো সেই মহান কবিজনৰ
কথাই তোমাক অামনি কৰিব
যে অতীতক মানুহে পাহৰি যাই কিন্তু
অতীতে যে কেতিয়াও
নাপাহৰে অানক দিয়া
দুখবোৰ,,যান্ত্ৰণা বোৰৰ কথা।।
সেইদিনৰ পৰাই তোমাৰো অাৰম্ভ
হ'ব নিদ্ৰাবিহীন ৰাতিৰ।।
বাগৰ সলাই সলাই তুমিও ধাৰ মাৰিব
লাগিব মোৰ চকুৰ
টোপালবোৰৰ।।
অাৰু সচাকৈ তেতিয়া তোমাৰো
সাক্ষী হৈ ৰ'ব চকুৰ তলৰ সেই
ক'লা দাগবিলাক ।যাৰ প্ৰতিতো
দাগেই সোৱৰাই দিব মোক এৰি
যোৱাৰ কিছুমান স্মৃতি।।যাৰ কাৰণ
একমাত্ৰ তুমি নিজেই।।
তোমাৰ,,,,,,,,,,,,,,,,,অতীত।।
          -মৌচুম গগৈ