দুহাটত দুহাত থৈ ,,,,
দুচকোত সপোন আঁকি লৈ ,,,
বুকোভৰাই আশাৰ ৰেঙণী লৈ ,,,
আগোৱাই আনিছিলা মোক ,,,
জীৱনৰ মাজমজীয়াত ,,,
দিশহাৰা হবলৈ ,,, ।
তুমিয়েই শিকাইছিলা মোক ,,,
বুকোভৰি মৰম যাছিবলৈ ,,,
তুমিয়েই বিলাইছিলা মোক,,,
বহুতো বৃথা মৰম ,,,
উৰে জীৱন জ্বলাই মাৰিবলৈ ,,, ।
মইতো বিছৰা নাছিলো ,,,
ফাগুনৰ মতলীয়া পছোৱা ,,,
জীৱনৰ ৰংবোৰ উৰুৱাই নিবলৈ,,
মোৰতো প্ৰয়োজন নাছিল ,,,
বাৰিষাৰ বলীয়া বান ,,,
দুখৰ পলস পেলাই জীৱন পথাৰত,,,
সুখবোৰ উতুৱাই নিবলৈ ,,, ।
আজি একোনাই জানা মোৰ ওচৰত ,,,
প্ৰটিতো ক্ষণতে সুৰাগ যুগোৱা সেই
,,,
সেই হাঁহিবোৰ আজি নাই ,,,,
নাই আজি সকলোৰে ভাল লগাকৈ ,,,
সেই আকলোৱা মৰম ,,,, ।
আজি এই মুক্ত আকাশৰ তলত ,,,
বিছৰণ কৰা মই এটা ,,,,
প্ৰেমৰ ভীক্ষাৰী ,,,, ।
-মৌচুম গগৈ
দুচকোত সপোন আঁকি লৈ ,,,
বুকোভৰাই আশাৰ ৰেঙণী লৈ ,,,
আগোৱাই আনিছিলা মোক ,,,
জীৱনৰ মাজমজীয়াত ,,,
দিশহাৰা হবলৈ ,,, ।
তুমিয়েই শিকাইছিলা মোক ,,,
বুকোভৰি মৰম যাছিবলৈ ,,,
তুমিয়েই বিলাইছিলা মোক,,,
বহুতো বৃথা মৰম ,,,
উৰে জীৱন জ্বলাই মাৰিবলৈ ,,, ।
মইতো বিছৰা নাছিলো ,,,
ফাগুনৰ মতলীয়া পছোৱা ,,,
জীৱনৰ ৰংবোৰ উৰুৱাই নিবলৈ,,
মোৰতো প্ৰয়োজন নাছিল ,,,
বাৰিষাৰ বলীয়া বান ,,,
দুখৰ পলস পেলাই জীৱন পথাৰত,,,
সুখবোৰ উতুৱাই নিবলৈ ,,, ।
আজি একোনাই জানা মোৰ ওচৰত ,,,
প্ৰটিতো ক্ষণতে সুৰাগ যুগোৱা সেই
,,,
সেই হাঁহিবোৰ আজি নাই ,,,,
নাই আজি সকলোৰে ভাল লগাকৈ ,,,
সেই আকলোৱা মৰম ,,,, ।
আজি এই মুক্ত আকাশৰ তলত ,,,
বিছৰণ কৰা মই এটা ,,,,
প্ৰেমৰ ভীক্ষাৰী ,,,, ।
-মৌচুম গগৈ
Post a Comment
Post a Comment