অনুভৱ


ভালপোৱাৰ মানুহ জন বা জনীক যদি আমি নাপাও তেতিয়া তেওঁৰ সুখৰ কামনা কৰো ৷
বিচাৰো তেওঁ এনেকুৱা এজন বা এজনীক ভাল পাওক যাক তেওঁ পাব পাৰে ৷
কিন্তু , দুখৰ বিষয় হ'ল পাছত ভালপোৱাৰ মানুহ জন বা জনীক সুখত দেখিলে ,
অথবা অন্য এজন বা এজনীৰ লগত দেখিলে কলিজাটো ছিঙি যায় ৷
     -মৌচুম গগৈ…।