যিদিনা তোমাক প্ৰথম দেখিছিলো ...
মোৰ নজনাকে ভাল লাগিছিল ....
নজনাকে নজনাকে ....
মোৰ হৃদয়ে তোমাকে বিচাৰিছিল...॥
তোমাকে পাই সদায় ...নতুনকৈ...
ভাল পাবলৈ শিকিলো .....
জীৱনৰ সচাঁ ৰং বোৰ ....
প্ৰেমৰ মাজেৰে বুটলিলো .....
হিয়াৰ বতৰাবোৰ ....॥
সংগোপনে সোমাই গলো....
তোমাৰ হিয়াৰ দোমোজাত ॥
আজি যে উলাও বুলিলে....
উলাব নোৱাৰো তোমাৰ হৃদয়ৰ পৰা
॥
নিৰাশ নহবা ... ভাঙি নপৰিবা ....
যিদিনা চকলংৰ বেদিত ....
কোনোবা অচিনা জনে ....
তোমাৰ উকা কপালত সেন্দুৰ দিব ....
॥
সেইদিনা আমাৰ প্ৰেমৰ তাজমহল ....
হৃদয়ৰ পৰা ভাঙি পৰিব ॥
আৰু সিদিনা মোৰ জীৱনৰ ...
শেষতকৈ শেষ দিন হব ॥
তুমি কবা... নিবিৰ দুখ নকৰিবা...
আমাৰ ভালপোৱা এনেকৈ লিখা
আছিল ॥
না ..না ....বাবা ... কিয় দুখ কৰিম...!!
মইতো তোমাকেই ভাল পাওঁ ॥
দুদিন পিছত মোক মনতে সোৱঁৰি...
দুখ নকৰিবা .... সোণজনী...
তোমাৰ দুখৰ সমভাগী হবলৈ...
মই তোমাৰ কাষত নাথাকিম ... ॥॥
-মৌচুম গগৈ
মোৰ নজনাকে ভাল লাগিছিল ....
নজনাকে নজনাকে ....
মোৰ হৃদয়ে তোমাকে বিচাৰিছিল...॥
তোমাকে পাই সদায় ...নতুনকৈ...
ভাল পাবলৈ শিকিলো .....
জীৱনৰ সচাঁ ৰং বোৰ ....
প্ৰেমৰ মাজেৰে বুটলিলো .....
হিয়াৰ বতৰাবোৰ ....॥
সংগোপনে সোমাই গলো....
তোমাৰ হিয়াৰ দোমোজাত ॥
আজি যে উলাও বুলিলে....
উলাব নোৱাৰো তোমাৰ হৃদয়ৰ পৰা
॥
নিৰাশ নহবা ... ভাঙি নপৰিবা ....
যিদিনা চকলংৰ বেদিত ....
কোনোবা অচিনা জনে ....
তোমাৰ উকা কপালত সেন্দুৰ দিব ....
॥
সেইদিনা আমাৰ প্ৰেমৰ তাজমহল ....
হৃদয়ৰ পৰা ভাঙি পৰিব ॥
আৰু সিদিনা মোৰ জীৱনৰ ...
শেষতকৈ শেষ দিন হব ॥
তুমি কবা... নিবিৰ দুখ নকৰিবা...
আমাৰ ভালপোৱা এনেকৈ লিখা
আছিল ॥
না ..না ....বাবা ... কিয় দুখ কৰিম...!!
মইতো তোমাকেই ভাল পাওঁ ॥
দুদিন পিছত মোক মনতে সোৱঁৰি...
দুখ নকৰিবা .... সোণজনী...
তোমাৰ দুখৰ সমভাগী হবলৈ...
মই তোমাৰ কাষত নাথাকিম ... ॥॥
-মৌচুম গগৈ
Post a Comment
Post a Comment