কিছুমান কথা অন্তৰৰ পৰা কেতিয়াওঁ
কোৱা নাযায় খংত মুখৰ পৰা নানা
ধৰণৰ কথা ওলাব পাৰে ।
মুখৰ পৰা ওলোৱা কথা যদি সচাঁ বুলি
ভাবি বিশ্চাস কৰি লোৱা হয় তেতিয়া
হিয়া খন ভাগিব পাৰে দুখত ।
কিবা এটা ভুল কৰিলে সকলো
মানুহৰে খং উঠে, খংত যিটি কথা কব
পাৰে কিন্তু তুমি সেই খং তুমি জেদত
ধৰি থাকিলে নিজৰে
লোকচান হব পাৰে ! প্ৰেম
কোনেনো নকৰে, পৃথিৱীৰ সকলো
জীৱ-জন্তু, মানুহ আদি প্ৰেমতে
বিলুপ্ত হৈ আছে !
তুমি যদি সেই প্ৰেমক প্ৰেমৰ স্হান
নিদিয়া তেতিয়া ইজনে-সিজনৰ
ওপৰত আন্তৰিকতা থাকিব ক'ত ?
ভালপোৱা এনেকৈ নহয় দুখন হৃদয়ৰ
মিলনৰ সেতুহে ভাল পোৱা হয় ।
মনত ৰাখিবা এটা কথা তোমাৰ
প্ৰেমিকে মুখৰ পৰা তোমাক পাহৰি
যোৱা প্ৰস্তাব দিব পাৰে কিন্তু
অন্তৰৰ পৰা সেই প্ৰস্তাব
কেতিয়াও দিব নোৱাৰে ।
     -মৌচুম গগৈ