এনে এটা দিন পাৰ হোৱা নাই ,,,,
য'ত তোমাৰ প্ৰতিচ্ছবি ,, ,,
দুচকোত ভঁহা নাই ,,,,,
এনে এপল সময় আতৰি যোৱা নাই ,,,,
য'ত তোমাৰ কথা ভাবি ,,,,
চকুলো নিগৰা নাই ,,,, ।
সুখৰ দিনবোৰেওঁ মোলৈ , ,
কঢ়িয়াই আনে একাজলি দুখ ,,,,
হাঁহিব খোজিলেওঁ কিয় জানো ,,,
থমকি ৰয় দুটি উঠ ,,,, ।
পাহৰিব পৰা হ'লে ,,,
পাহৰি গলো হেতেন ,,,,
মনৰ মাজৰ তুমি তুমি লগা
ভাৱনাবোৰ ,,,
পেলাই দিব পৰা হ'লে ,,,
পেলাই দিলো হয় ,,,
তোমাৰ দৰেই আছুতিয়া মৰমবোৰ ,,,,

অতীতৰ তুমি দিয়া মৰমবোৰ ,, ,
এতিয়াওঁ হৃদয়ৰ মাজত ,,,,
সজতনে ৰাখিছো জানা ,,,
মোৰ বিজ্ঞাপনত প্ৰিয়া সেইবোৰে
,,,,
প্ৰটিতো পল অনুপলত ,,,
তোমাৰ অভাৱকে পুৰন কৰিছে ,,,, ।
    -মৌচুম গগৈ