-- আচ্ছা নিহা , মই যদি তোক প্ৰোপজ কৰোঁ তই মোক
এক্সেপ্ত কৰিব নে ...???
হান্নানৰ মুখত প্ৰশ্নটো শুনি নিহাই মোবাইলৰ পৰা চকু গুচাই খং
কৰি হান্নানৰ ফালে চালে ... হান্নানৰ মুখৰ পৰা এনেকুৱা
ধৰণৰ প্ৰশ্ন শুনাৰ কাৰণে নিহাই একদমেই ৰেডি নাছিল ...!
-- নাজানোঁ , কোনোবাই প্ৰোপজ কৰাৰ আগত সুধি
পেলাই প্ৰোপজ কৰে যে সেইটো টো
নাজানিছিলো এ মই ...! ( হান্নানৰ ফালে চাই অলপমান খং কৰি
কথাটো কলে নিহাই )
নিহাৰ মুখত নাজানোঁ শব্দটো শুনি হান্নানে মুখখন কলা কৰি
অলপমান দূৰত গৈ বহিল ... এক্সেপ্ত কৰিম শব্দটো কলে
কি ক্ষতি হলে হয় ...? Huh ...!
এইফালে নিহা এবাৰ মোবাইলৰ ফালে চাইছে আৰু লুকাই
লুকাই হান্নানৰ ফালে চাইছে ... হান্নানৰ মুখত এনেকুৱা প্ৰশ্ন
শুনি খং উঠিছে নিহাৰ ... " ভালপাওঁ " শব্দটো শুনাৰ কাৰণে 2
বছৰ ধৰি অপেক্ষা কৰি আছে নিহাই ... ফ্ৰেন্ডশিপ বেয়া
হয় যাব পাৰে কাৰণে , এই কথাটো ভাবি দুজনৰ এজনেও
আগতে " ভালপাওঁ " শব্দটো কবলৈ পৰা নাই !
এই মূহুৰ্তত দুজনেই বহি আছে মনে মনে ... দুজনেই
কিবা এটা শুনাৰ অপেক্ষাত ... দুজনেই কিবা এটা কোৱাৰ
কাৰণে সাহস কৰাৰ অপেক্ষাত ...!!!
হুট কৰিয়েই হান্নানে নিহাৰ সন্মুখত আঠুকাঢ়ি বহি পৰে ...
মায়াভৰা চকুৰে নিহাৰ ফালে চাই কলে --
-- আই লাভ উ নিহা , বিশ্বাস কৰ বহুত ভালপাওঁ তোক মই ...
তোৰ যদি মন যায় তেনেহলে এতিয়াই মোক এক্সেপ্ত
কৰ , নহলে ঠাসস কৰি এটা থাপ্পৰ দি গুচি যোৱা ... কিন্তু
প্লিজ মোৰ লগত কথা পতা বন্ধ কৰি নিদিবি ...!!!
এনেকুৱা প্ৰোপজেল শুনি হি হি হি কৰি হাঁহি দিয়ে নিহা ...
লাইফত বহুত প্ৰোপজ পাইছে তাই , কিন্তু এনেকুৱা
প্ৰোপজ ইয়াৰ আগত কোনেও কৰা নাই ...!!!
-- তই মোক প্ৰোপজ কৰিলি নে থাপ্পৰ মৰাৰ কাৰণে
অফাৰ দিলি ?? ( মিচিকিয়া হাঁহি মাৰি কলে )
-- নাজানোঁ , তই যি ভাৱো ভাৱিব পৰা ... কিন্তু প্লিজ এতিয়া দয়া
কৰি সোনকালে এক্সেপ্ত কৰ , মই বেছি সময় আঠুকাঢ়ি
এনেকুৱা বহি থাকিবলৈ নোৱাৰোঁ ...!
-- এহহহ হান্নু , সোনকালে এক্সেপ্ত কৰ কলেই হয় গল
নেকি ? এক্সেপ্ত কৰিবলৈ পাৰোঁ কিন্তু এটা শৰ্ত আছে
...!
-- আৰু শৰ্ত ? কি শৰ্ত ? ( অলপ ভয়ে ভয়ে কলে
হান্নানে )
-- আজিৰ পৰা তই তই বুলি কথা কবলৈ নোৱাৰিবা মোৰ লগত
... যদি ভুল কৰিও তই বুলি কোৱা তেনেহলে তোৰ জিভা
কাটি টুকুৰা টুকুৰা কৰি কুকুৰক খোৱাম , হব নে ???
-- হুমমম হব দিয়া , জিভা কিয় ? যদি আৰু ভুল কৰিও তই বুলি কওঁ
তেনেহলে মোৰ হাত ভৰি আঙুলি সকলোবোৰ কাটি
টুকুৰা টুকুৰা কৰি কুকুৰক খুৱাই দিবি ...!!
-- খুৱাই দিবি মানে ? আৰু তই ??
-- না না , খুৱাই দিবি কোৱা নাই , খাবলৈ দিবা হুমম ...!!
-- হুমম গুড বয় ...!
এনেকৈ আৰম্ভ হয় হান্নান নিহাৰ নতুন প্ৰেমৰ এক অধ্যায় ।
3 বছৰ পিছত ...
হান্নান আৰু নিহাৰ ৰিলেচনৰ আজি 3 বছৰ পূৰ্ণ হল ...
দুজনেই পঢ়া শেষ কৰি এতিয়া ভাল এটা জব কৰে ... অফিচত
প্ৰচণ্ড কাম থকাৰ পিছতো নিহাৰ কাৰণে হান্নানে কিবাকৈ সময়
অলপ বাহিৰ কৰে ... হান্নানে আজিও ঠিক সিমানেই নিহাক
ভালপাই , যিমান খিনি সি প্ৰথম দিন পাইছিল ...! কিন্তু নিহা আৰু
আগৰ নিচিনা নাই ... হান্নানক তাই ইগনোৰ কৰা আৰম্ভ কৰিছে
, হান্নান নামটো এতিয়া তাইৰ কাষত পেইন , হান্নান মানে এতিয়া
তাইৰ ওচৰত ক্যাৰিয়াৰ গঢ়াৰ পথত এটা বাধা ... নিহাৰ এটাই চিন্তা , "
ক্যাৰিয়াৰ " ... ক্যাৰিয়াৰ গঢ়িব লাগে তাইৰ , যি কৰিয়েই হওঁক
ভাল এটা ক্যাৰিয়াৰ গঢ়িবলৈ লাগে ...!!!
হান্নানে প্ৰতিদিনৰ নিচিনাকৈ আজিও এখন ৰিক্সা ঠিক কৰি ৰাখি থিয়
হয় আছে নিহাৰ ঘৰৰ সন্মুখত ... নিহাই অফিচত যোৱাৰ সময়ত
ৰিক্সা বিচাৰিবলৈ যাতে কষ্ট নহয় সেইকাৰণে হান্নানে
প্ৰতিদিনেই এখন ৰিক্সা আগৰ পৰাই ঠিক কৰি ৰাখে ...!!!
-- নিহা , আজি এদিন অফিচত নগলে নহয় নেকি ? বোলে না
অলপ ঘূৰি আহোঁ দুজনে ...!!
-- পাগল হৈছা তুমি ? আজি অফিচত বহুত কাম পৰি আছে ...
যেনেকৈয়ে হওঁক আজি অফিচত যাবই লাগিব ...!
-- ও ও আচ্ছা , তেনেহলে যোৱা ... যোৱাৰ সময়ত
ৰিক্সাত ভালকৈ ধৰি যাবা !
নিহাই ৰিক্সাৰ পৰা একবাৰ বিৰক্তি হয় হান্নানৰ ফালে চালে ...
প্ৰতিদিনেই এনেকুৱা ধৰণৰ কথা তাইৰ একদমেই ভাল
নালাগে ...!
-- নিহা , আজি দুপৰীয়া ফ্ৰি আছা নে তুমি ?
-- না না , আজি দুপৰীয়া আমাৰ অফিচত বহুত জৰুৰী মিটিং
আছে ... ৰাতিৰ আগত ফ্ৰি হবলৈ নোৱাৰিম ...!
-- ও আচ্ছা ...!
কিছুসময় পিছতেই নিহাৰ মোবাইলত এটা মেচেজ আহে , "
Lunch টাইম , আগত Lunch কৰি লোৱা , তাৰ পিছত কাম কৰিবা
" !
নিহাই আৰু এবাৰ বিৰক্তি হয় মোবাইলৰ ফালে চালে ,
প্ৰতিদিনেই এই মেচেজ বোৰ সচাঁকৈ তাইৰ সহ্য নহয় ...!!
-- নিহা , তুমি কৈছিলা ৰাতি ফ্ৰি হবা , বোলা দুজনে বাহিৰত
কৰোৱাত একেলগে ডিনাৰ কৰি আহোঁ !
-- হান্নান , গোটেই দিন বহুত কাম কৰিব লগা হৈছে মোৰ ,
মই তোমাৰ নিচিনাকৈ অফিচত গৈ টুপনি নামাৰো ... মই বহুত
টায়াৰ্ড ... মই এতিয়া টুপনি মাৰিম , বাইইই ...!!!
-- ও আচ্ছা , গুড নাইট ...!
কিছুসময় পিছত নিহাৰ মোবাইলত এটা মেচেজ আহে , " মই
জানোঁ তুমি
এতিয়া ফেচবুকত চ্যাটিং কৰি বিজি থাকিবা ... বেছি ৰাতি জাগিলে
শৰীৰ বেয়া হয় যাব তোমাৰ , ফেচবুক বন্ধ কৰি
সোনকালে টুপনি যোৱা ...!!
নিহাই মেচেজটো পঢ়ি আৰু এবাৰ বিৰক্তি হয় মোবাইলৰ
ফালে চালে ... প্ৰতিদিনেই এই অসহ্যকৰ মেচেজ তাইৰ
সহ্য নহয় ...!!!
হান্নানে চিন্তা কৰি থাকে , কি হৈছে নিহাৰ ? নিহাই কিয় তাক সহ্য
কৰিবলৈ নোৱাৰিছে ? কিয় ইমান ইগনোৰ কৰি আছে ? বহুত
প্ৰশ্নৰ উত্তৰ হান্নানৰ ওচৰত অজানা হয় আছে , নিহাৰ পৰা
যেনেকৈয়ে নহওক এইবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈয়ে
লাগিব ... আৰু এটা উজাগৰী ৰাতি কটাই হান্নানে পিছৰ দিনা
ৰাতিপুৱা আৰু নিহাৰ ঘৰৰ সন্মুখত যায় , অপেক্ষা কৰি থাকে
নিহাই ঘৰৰ পৰা বাহিৰ হোৱাৰ ...!!!
-- নিহা তোমাৰ লগত মোৰ অলপ জৰুৰী কথা কবলৈ আছে
...!
-- এতিয়া সময় নাই , মোৰ অফিচলৈ লেট হয় আছে ... আমি
পিছত কথা পাতিম !
কথাটো কৈয়ে নিহাই খোজকাঢ়িব আৰম্ভ কৰি দিয়ে ,
হান্নানে পিছৰ পৰা হাত খন ধৰি পেলাই নিহাৰ ...!
-- না নিহা , মোৰ কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়াই বিচাৰোঁ ...!
-- হান্নান হাত খন এৰি দিয়া মোৰ !
-- কিয় ইমান ইগনোৰ কৰিছা মোক ???
-- হান্নান হাতখন এৰি দিয়া মোৰৰৰৰৰৰৰৰ ...!
-- নাই এৰি নিদিওঁ !
এৰি নিদিয়া বুলি কোৱাৰ লগে লগেই ঠাসসসসসসস কৰি
হান্নানৰ গালত থাপ্পৰ মাৰিলে নিহাই ... কিছুসময়ৰ কাৰণে
চাৰিওফালে একদম নীৰৱ হয় যায় ... সকলোৱেই হান্নানৰ
ফালে চাই আছে ... হান্নানে নিহাৰ হাতখন এৰি দিয়ে ... নিহাই
হান্নানৰ ফালে আৰু এবাৰ বিৰক্তি হয় চাই গুচি যায় ... হান্নানে
এখন হাত গালত দি অবাক হয় নিহা গুচি যোৱা চাই থাকে ...!
" পিছৰ দিনা ৰাতিপুৱা " ...
অফিচত যোৱাৰ কাৰণে ঘৰৰ পৰা বাহিৰ হয় নিহা ... ঘৰৰ পৰা
বাহিৰ হয় থমকি যায় নিহা ... আজি তাইৰ ঘৰৰ সন্মুখত কোনো
ৰিক্সা নাই ... ৰাস্তাৰ সিপাৰে হান্নানে ও থিয় হয় নাই ... এই
ৰদৰ মাজত বহুত কষ্ট কৰি এখন ৰিক্সা বিচাৰি অফিচত গুচি যায় নিহা
...!!!
কাম কৰোঁতে কৰোঁতে কেতিয়া যে দুপৰীয়া 2.25
মিনিট হয় গৈছে নিহাই গমেই নাপায় ... হান্নানে প্ৰতিদিনেই 2
বজাত মেচেজ কৰি মনত পেলাই দিছিল " Lunch টাইম " ...
হান্নানে মেচেজ কৰিছে নে নাই সেইটো চোৱাৰ
কাৰণে নিহাই সোনকালে মোবাইলতো হাতত লৈ ... নাই ,
আজি হান্নানে আৰু কোনো মেচেজ দিয়া নাই ...!!
ৰাতি নিহাই শুৱাৰ সময়ত চিন্তা কৰি থাকে , কামটো একদমেই
ঠিক কৰা নাই তাই , যিয়েই নহওঁক , হান্নানক থাপ্পৰ মৰাটো
তাইৰ উচিত হোৱা নাই ... কেনেকুৱা যেন নিজকে
অপৰাধী বুলি ভাবিছে ... তৎক্ষাণতে হান্নানৰ কথা বহুত মনত
পৰিবলৈ ধৰে তাইৰ ... হান্নানৰ মেচেজ বোৰ খুব বেছি
মিচ কৰিছে নিহাই ... " বেছি ৰাতি জাগিলে শৰীৰ বেয়া হয়
যাব , সোনকালে টুপনি যোৱা " এনেকুৱা এটা মেচেজ
দিয়াৰ নিচিনাকৈ আজি তাইৰ কোনো নাই ...!!!
নিহাই বুজিব পাৰিছে হান্নানক এৰি তাইৰ এটা দিন কটোৱা কিমান
কষ্টকৰ ...!!!
আজি 3 দিন হয় গল হান্নানৰ নাম্বাৰ চুইচ অফ ... লাষ্ট 3 দিন
হান্নানৰ লগত একদিনো কথা হোৱা নাই নিহাৰ ... নিহাই ঠিক
কৰিলে আজিয়েই হান্নানৰ ঘৰত যাব ... যি কৰিয়েই হওঁক
হান্নানৰ লগত তাই কথা পাতিবলৈ লাগিব ... হান্নানৰ কাষত তাই ক্ষমা
খুজিব লাগিব ...!!
এই মূহুৰ্তত ৰিক্সাত বহি আছে নিহা ... উদ্দেশ্য হান্নানৰ ঘৰ
...!
হান্নানৰ ঘৰত গৈ নিহা থমকি যায় ... গেটত তলা দেখি নিহাই
সোনকালে মোবাইল বাহিৰ কৰি হান্নানৰ বেস্টফ্ৰেইন্ড
অবিনাশক কল কৰে ...!
-- হেলো অবিনাশ দাদা ? মই নিহাই কৈছোঁ !
-- অ নিহা কোৱা !
-- দাদা হান্নানৰ নাম্বাৰ চুইচ অফ , ঘৰত আহি দেখোঁ গেট
তলা মৰা ... হান্নান কত আছে দাদা ?
-- হান্নানে টো 3 দিন আগতেই তাৰ পুৰণি চিম সলনি কৰি নতুন
চিম ব্যৱহাৰ কৰি আছে , আৰু হান্নানে টো আজি তাৰ
দেউতাকৰ তাত গৈ আছে !
-- দেউতাৰ তাত গৈ আছে মানে ? তেখেতে দেখোন
তামিলনাডুত থাকে ...?
-- হুমম , সি আজি গুৱাহাটী এৰি তাৰ দেউতাকৰ ওচৰত গৈ
আছে , আজি সন্ধিয়া 4 বজাৰ ফ্লাইটত !
নিহাই পাগলৰ নিচিনাকৈ হাত ঘড়ীৰ ফালে চালে , এতিয়া সময়
3.35 মিনিট , 25 মিনিটত হান্নানৰ ঘৰৰ পৰা এয়াৰপোৰ্ট গৈ পাবলৈ
কোনো কাৰণেই সম্ভৱ নহয় ... নিহাৰ চকুৰ পৰা এতিয়া
অবিৰাম পানী ওলাই আহিছে , কি কৰিলে তাই এইটো ? ইমান
কেয়াৰিং , ইমান ভালপোৱাক তাই কি কৰি ইগনোৰ কৰিলে ???
কি কৰি হান্নানৰ গালত থাপ্পৰ মাৰিলে ?? নিহাই হান্নানৰ ঘৰৰ
গেটৰ সন্মুখত বহি কান্দি থাকে !
সোনকালে চকুৰ পানী হাতেৰে মুচি নিহাই আৰু অবিনাশক
কল কৰি কলে ...!-- অবিনাশ দাদা , আপুনি যে কৈছিল হান্নানে
নতুন চিম ইউজ কৰিছে , নাম্বাৰটো দিয়কচোন প্লিজ !
-- ঠিক আছে লোৱা , 78967523** !!!
অবিনাশৰ পৰা নাম্বাৰ লৈ নিহাই সোনকালে কল কৰে হান্নানৰ
নাম্বাৰত ! হান্নানে মোবাইলৰ ফালে চাই দেখিলে সেই
পৰিচিত নাম্বাৰৰ পৰা ফোন আহিছে । হান্নানে কল ৰিচিভ
নকৰি কাটি দিয়ে , নিহাৰ কান্দোন আৰু বাঢ়ি যায় ... নিহাই আৰু
এবাৰ কল কৰিলে ... হান্নানে এইবাৰ কলটো ৰিচিভ কৰে
...!
-- হেলো , কি কাৰণে কল কৰিছা ?
সেইফালৰ পৰা কেৱল জোৰ জোৰকৈ কান্দোনৰ শব্দ
শুনা পাইছে হান্নানে , হান্নানে আকৌ কলে --
-- কি কাৰণে ফোন কৰিছা ? আৰু ভালপোৱাৰ অভিনয়
কৰিবলৈ ? আৰু ইগনোৰ কৰিবলৈ ? আৰু পাব্লিক প্লেচত
থাপ্পৰ মাৰিবলৈ ??
নিহাৰ জোৰ জোৰকৈ কান্দোনৰ শব্দ আৰু বাঢ়ি যায় , বহুত
কষ্ট কৰি তাই কান্দোতে কান্দোতে কলে --
-- ক্ষমা কৰি দিব নোৱাৰা নেকি মোক ? আৰু এবাৰ সুযোগ
নিদিয়া নেকি মোক ? প্লিজ মোক এৰি নাযাবা ...!
-- চৰি নিহা , এতিয়া আৰু সেইটো সম্ভৱ নহয় , মোৰ
ফ্লাইটৰ আৰু মাত্ৰ 10 মিনিট বাকী আছে ... এই কলটো
তোমাৰ 3 দিন আগত কৰা উচিত আছিল !!! কথাখিনি কৈ নিহাৰ
কোনো কথা শুনাৰ আগতেই হান্নানে ফোনটো কাটি
দিয়ে , মোবাইলৰ ফালে চাই মিচিকিয়া হাঁহি মাৰি দেউতাকক কল
কৰে হান্নানে ...!
-- হেলো দেউতা , মই নাযাও আজি !
-- নিহাৰ লগত সকলো ঠিক হয় গল হয়নে বাবা ? ( সিফালৰ পৰা
মিচিকিয়া হাঁহি মাৰি কলে হান্নানৰ দেউতাকে )
-- হুমম , নিহাই তাইৰ ভুল বুজিব পাৰি ক্ষমা বিচাৰিছে ... আৰু
তুমিয়েই টো মোক কোৱা আছিলা , কোনোবাই ভুল
কৰাৰ পিছত ভুলটো বুজি ক্ষমা বিচাৰিলে তাক ক্ষমা কৰি দিয়া
উচিত ...!
-- ঠিক আছে বাবা , কেইদিনমান পিছত নিহাক লগত লৈ
একেলগে মোৰ ওচৰত গুচি আহিবি ফুৰিব আৰু বিয়াও টো
পাতিব লাগিব , হয়নে ?
-- ঠিক আছে দেউতা , লাভ উ ... বাইই ...!
এই মূহুৰ্তত হান্নানৰ কথা চিন্তা কৰি হান্নানৰ দেউতাকে মিচিকি
মিচিকি হাঁহি আছে ... বহুত বেছি পাগল তেখেতৰ লৰাজন
...!!!
এই মূহুৰ্তত হান্নানে গাড়ীত বহি কপালত হাত দি মিচিকিয়া হাঁহি
মাৰিছে ... হান্নানে মনে মনে ভাবিলে -- কান্দোক তাই
আৰু কান্দোক , অলপমান কান্দোনৰ মজা কেনেকুৱা
সেইটো বুজা উচিত ... কিন্তু এইটোৱেই লাস্ট কান্দোন
তাইৰ , আৰু পাগলীজনীক সি কেতিয়াও কান্দিবলৈ নিদিয়ে ...
কেতিয়াও নিদিয়ে ...!!!

Post a Comment
Post a Comment