"যাক ভালপোৱা তেওঁক কষ্ট নিদিবা আৰু যি তোমাক ভালপায় তেওঁক নেহেৰুৱাবা । "
ভালপোৱাটো এটা অনুভূতি । সকলোৰে মাজত এই অনুভূতিয়ে কাম নকৰে । আৰু যেতিয়া এই অনুভূতি নিজৰ মাজত তাৰ ক্রিয়া কর্ম আৰম্ভ কৰে তেতিয়া নিজকে ধৰি ৰখা কঠিন হৈ যায় । যেতিয়া এই অনুভূতি মানুহে প্রকাশ কৰিব নোৱাৰে তেতিয়া দুচকুৱেদি অশ্রু নামি আহে । আৰু এই অশ্রু মাথো সেই মানুহজনেহে কমাব পাৰে যি মানুহজনক তেওঁ বা তাই ভালপায়।সেয়ে ভালপোৱা মানুহজনক কেতিয়াও কষ্ট নিদিবা ।
I really love you "Juri"...
-মৌচুম গগৈ…।
Post a Comment
Post a Comment