মোৰো মই যায় প্ৰেম কৰিবলৈ
কাৰোৱাৰ অভিমান বোৰ মৰমলৈ সলনি কৰিৱলৈ

মোৰো মন যায়  কাৰোৱাৰ সতে বহুদুৰ একেলগে খোজ কাঢ়িবলৈ…

মোৰো মন যাই যানা  কোনোবা নিজান ঠাইত কাৰোৱাৰ সতে সুখ-দুখৰ কথা পাতিবলৈ… কিন্তু…!

কিন্তু ভাৱিলেই জানো সকলো সচা হৈ যায়,

মোৰ জীৱনত সুখ পাপ্তি কৰা কাহিনীবোৰ সদাই কাল্পনিক…!!