নিস্তব্ধ নিশাৰ হৃদয়ৰ ওচুপনি কোনে শুনিব…?
সেউজীয়া পৃথিৱী খনিও শুই গল…!
মাথোঁ মই হে সাৰে আছো,
ইচ্ছা সত্তেও শুৱ পৰা নাই…!
দুচকো মুদিলেই ভাহি আহে অচিনাকি এখন মুখ, নাজানো তাই কোন…?
মোৰ অতিত নে ভৱিষ্যত…!!
সেউজীয়া পৃথিৱী খনিও শুই গল…!
মাথোঁ মই হে সাৰে আছো,
ইচ্ছা সত্তেও শুৱ পৰা নাই…!
দুচকো মুদিলেই ভাহি আহে অচিনাকি এখন মুখ, নাজানো তাই কোন…?
মোৰ অতিত নে ভৱিষ্যত…!!
Post a Comment
Post a Comment