মাজ নিশাৰ চকুলো | Assamese Kobita | অসমীয়া দুখৰ কবিতা byMj Mousam Gogoi -May 09, 2020 যিদিনা মাজ নিশা তুমি মোৰ কথা ভাৱি যেতিয়া দুচকোৱে চকুপানী নিগৰিব তেতিয়া গম পাৱা ভালপোৱাই কিমান কষ্টকৰ…! যিদিনা হৃদয়ত থকা বিষাদ বোৰ মোৰ দৰে ডায়েৰিৰ পাটত লিখি মন পাতলাৱা সেই দিনা তুমিও উপলব্ধি কৰিব পাৰিবা মোৰ ভালপোৱাৰ গভীৰতা খিনি …!
Post a Comment
Post a Comment