তোমাৰ বাবে মই যি খিনি কৰোঁ তাৰ প্ৰতুত্তৰ তুমি একোকে কৰিব নালাগে ।
নালাগে তুমি মোৰ বাবে এটা ৰাতিও সাৰে থাকিবলৈ ,
নালাগে পুৱাৰ পখীতি হৈ মোক জগাই দিবলৈ ,
নালাগে আবেগৰে মোৰ ওঁঠত চুমা দিবলৈ ,
নালাগে আবেলি সেই তিনি আলিত থিয় হৈ ফুচকা খাবলৈ ,
নালাগে বাকি বোৰৰ দৰে মোৰ লগত পাৰ্কত গৈ দেহা আউজি বহিবলৈ .....
নালাগে মোক ভালপাওঁ বুলি কবলৈ !!
কিন্তু
ইমান বোৰ 'না' ৰ মাজত তুমি মাথোন এটা কাম কেই কৰিব লাগিব ....
সেইটো হ'ল মই প্ৰত্যেক দিনা যেতিয়া তোমাক ভালপাওঁ বুলি কম...তুমি তেতিয়া এটা দীৰ্ঘ শ্বাস লৈ মৰম সনা সুৰত ক'বা '#পাগল_লাভাৰ '
believe me dear.....মই তাতেই সুখী জুৰি।
মই তাতেই সুখী…।।
-মৌচুম গগৈ_
1 Comments
অসমীয়া নতুন আধুনিক কবিতা পঢ়িবলৈ click কৰক https://www.assamese-poem.com/2020/05/assamese-sad-poem.html?m=1
ReplyDeletePost a Comment