মৰমৰ ........

মৰম লবা বুলি কবলৈ সাহস গোটাব নোৱাৰিলো জুৰি। কাৰণ সেই সাহস প্ৰকৃততে তোমাৰ পৰা পোৱাই নাই । ভালপোৱা কাৰো পৰা জোৰ কৰি পাব পৰা বস্তু নহয় । জোৰ কৰি পোৱা ভালপোৱাত কেতিয়াও সচাঁ মৰম পোৱা নাযায় । সেয়ে মই তোমাক কেতিয়াও জোৰ নকৰো জুৰি মই তোমাক সচাকৈ ভাল পাওঁ , এদিন দুদিনৰ বাবে নহয় চিৰ জীৱনৰ লগৰী কৰিব বিচৰো । মই তোমাক মোৰ মনৰ পৰা ভাল পাওঁ । কিয় জানো ইমান ভালপাওঁ নিজেই নাজানো ।মই জানো জুৰি তোমাক লগৰী হিচাপে বিচৰা মোৰ এই সপোন সপোন হৈয়ে থাকিব , দিঠকত কেতিয়াও সম্ভৱ নহয় । তুমি মোক কিয় নিজৰ কৰিব নোৱাৰা সেই বিষয়ে নাজানোঁ বা জোৰ কৰি মই তোমাক মোৰ হবলৈয়ো নকওঁ । তোমাক মই প্ৰকৃততে ভালপাওঁ যেতিয়া তোমাৰ পৰাও প্ৰকৃত ভালপোৱা বিচাৰো । আছলতে কি জানা জুৰি মোৰ জীৱনটোৱেই এনেকুৱা ,জীৱনত এনে কিছুমান সপোন দেখো যিবোৰ দিঠকত পৰিনত নহয় । মই তোমাক সচাকৈ ভালপাওঁ , তোমাৰ মনত কেতিয়াও দুখ দিব নিবিচাৰোঁ মাত্ৰ এটাই বিচাৰো ভগৱানে তোমাৰ মংগল কৰক , তুমি য'তেই নাথাকা কিয় সুখত থাকা তাৰ বাহিৰে মোক আৰু এই জীৱনত একো নালাগে । তুমি মোক নিবিচাৰা কিন্তু মই তোমাক সদায় বিচাৰো আৰু বিচাৰিম । তোমাক নিজৰ জীৱনৰ লগৰী হিচাপে নাপালে মোৰ কোনো দুখ নালাগে কাৰণ তুমি মোক নিবিচাৰা , তোমাক লগৰী কৰিব নোৱাৰিলে কি হ'ল তোমাৰ স্মৃতি মোৰ ওচৰত সদায় আছে আৰু থাকিব…।।
............................
                ………ইতি .......
  তোমাৰ এক দুৰ্ভগীয়া প্ৰেমিক মৌচুম গগৈ…!

নিলিখোঁ আৰু মই কবিতা,কাহিনি এই খনেই মোৰ শেষ চিঠি জুৰি মাথোঁ তুমালৈ বুলি। জানা মোৰ জীৱনত মই দুখন চিঠি এই লিখিলো মাথোঁ তোমাৰ প্ৰেমত পৰি । কিন্তু দিৱ হে নোৱাৰিলো তোমাক…।নাজানো নিজৰ জীৱনতকৈয়ো বেচি কেনেকৈ তোমাক ভাল পাৱ পাৰিলো। মোৰ প্ৰেমৰ প্ৰস্তাৱ তোমাক দিও বুলি কলে প্ৰথমতেই দিৱ পাৰিলো হয়।কিন্তু নিদিলো কাৰন তুমি ভালপোৱাৰ যোগ্য হয়তু মই নহয়।কিয়নো আগতেও বহু ভাল ভাল লৰাৰ পৰা তুমি প্ৰেমৰ প্ৰস্তাৱ পাইচা কিন্তু তুমি গ্ৰহন নকৰিলা। সকলো বিলাক জনাৰ পিছতো মই কেনেদৰে তোমাক মোৰ প্ৰেমৰ প্ৰস্তাৱ দিও।কিয়নো সকলো প্ৰেমিকে কৰা ভুলবোৰ মই কৰিৱ নোখোযো। যদিও মনতে পুহি ৰাখিছিলো সেয়াওঁ গুপনেই ৰাখিলো।নোৱাৰিলো তোমাক মোৰ মনৰ কথাবোৰ খুলি ক'ৱ,নোৱাৰিলো তোমাক পাহৰি যাৱলৈকো।মাথোঁ পাৰিছো তোমাৰ প্ৰতিচ্ছৱি খন বুকুত আঁকি লৈ অশ্ৰু নিগৰাৱলৈ,সকলো সময়তে তুমি হীনতাৰ অনুভৱ কৰিৱলৈ,বিষাদৰ সেই মুহুৰ্তবোৰ বুকুত সাৱতি লৈ কবিতা,কাহিনি লিখিৱলৈ । নিৰ্জনতাক ভাল পাওঁ কিন্তু নিসংগতাক বেয়া পাওঁ। এটা কথা কি জানা জুৰি কেতিয়াৱা যদি তুমি মোৰ সকলোবোৰ কথা গম পোৱা তেতিয়া  মোক পাহৰি যোৱা বুলি নকৱা, কিয়নো মই তোমাক পাহৰিৱ নোৱাৰোঁ কিয়নো মই প্ৰথমতেই বহুত চেষ্টা কৰিছিলো তোমাক পাহৰি যাৱলৈ কিন্তু নোৱাৰিলো জানা। সেইবাবে কৈছোঁ তুমি মোক পাহৰি যোৱা বুলি কেতিয়াও নকৱা, তুমি মোক ভাল নাপালেও কোনো কথা নাই মই  এনেদৰেই ওৰেতু জীৱন তোমাৰ প্ৰেমিক হৈ ৰ'ম ।তুমি মোৰ জীৱনলৈ কেতিয়াও নাহা হেতুও মই জানো তথাপিও মই চিৰদিন তোমাৰ অপেক্ষাতে ৰম…! মই মিচা কোৱা নাই জুৰি যদি তুমি মিচা ভাৱিচা তেন্তে তুমি ইয়াৰো সত্যতা প্ৰমাণ  এদিন পাৱা কিন্তু তুমি দুখ নকৰিৱা মই এনেকুৱাই  কাৰোৱাক যদি কিৱা কথা দিও সেই কথা আখৰে আখৰে পালন কৰোঁ। আৰু কি জানা জুৰি তুমিতো মোৰ নোহোৱা কিন্তু তোমাক কইনাৰ সাজত চোৱাৰ মোৰ বহুত হেঁপাহ আছে।তোমাৰ বিয়াৰ নিমন্তণী পত্ৰ নাপালেও মই সেই দিনা তোমালোকৰ ঘৰত উপস্তিত হমগৈ আৰু সেই দিনা পাথক্য ইমানেই থাকিৱ মোক কোনো চিনি নাপাৱ মাথোঁ মই সকলোকে চিনি পাম। আৰু মই দৈৰৈৰ পৰাই তোমাক চাই ৰম। আৰু সেই দিনাই ছাগে মোৰ শেষ দিন হ'ৱ । তুমি ছাগে মোক পাগল বুলিয়েই ভাৱিছা ন"  যদি ভাৱিছা থিকেই ভাৱিছা মই পাগলেই।যদিও মই পাগল সেইয়া তুমাক পাৱৰ বাৱে হে…! আৰু বহুত লিখিৱ লগিয়া আছিল কিন্তু নিলিখোঁ ।ইমান বোৰ লিখাৰ পিছতু যেতিয়া তুমি বুজিৱলৈ চেষ্টা নকৰিলা আৰু নো মই কি লিখিম।এয়াই মোৰ শেষ লিখনি আৰু তোমাৰ নামত কবিতা লিখি  কেতিয়াও তোমাক আমনি নিদিওঁ। মই বিছৰা মৰমবোৰ কিয় নিদিয়ে মোক তাকেই বুজি নাপাওঁ ।কিয় মোক বুজিৱলৈ কোনো চেষ্টাই নকৰিলে সেয়াওঁ নাযানো  ।এয়াই মোৰ শেষ প্ৰেম ,তোমালৈ থকা মোৰ মৰমবোৰক সাক্ষী কৰি শপত লৈছো আৰু কেতিয়াও কাৰো প্ৰেমত নপৰোঁ। তোমাক ভাল পাৱলৈ বহুত ল'ৰা ওলাৱ কিন্তু মোতকৈয়ো বেছি  ভাল তোমাক কোনো পাৱ নোৱাৰে।হ'ৱ আৰু তুমি এই সুখি হোৱা। মই সদাই ভগবানৰ ওচৰত তাকেই কামনা কৰো…।। বহুত আষা আছিল তোমাৰ মৰম পোৱাৰ কিন্তু নাপালো মোৰ কপালতে লিখা আছিল এনেকোৱা কষ্ট ভোগ কৰাতো। এতিয়া বিষাদ হুমুনিয়াহ এটা আকোৱালি লোৱাৰ বাহিৰে মই একো কৰিৱ নোৱাৰো। পাৰিলে তুমি মোক ক্ষমা কৰি দিৱা জুৰি তোমাৰ প্ৰেমত পৰাৰ কাৰনে…!!!
আগন্তক দিনবোৰলৈ সুভকামনা যাচিলো "জুৰি".....|| আজিলৈ বিদায় !!

(কেতিয়াৱা যদি  তুমি মোৰ সকলোবোৰ কথা  গম পোৱা তাৰ পিছতো  কি তুমি একো নজনাৰ ভাও  এই ধৰিৱা থাকিৱা নেকি জুৰি…? না তুমি মোক  কিৱা এটা  প্ৰত্যুত্তৰ দিৱা…? নাই সকলোৱোৰ জনাৰ পিছতো তুমি একো নজনাৰ ভাও ধৰিৱ নোৱাৰা   কিয়নো মোৰ তোমাৰ ওপৰত বিশ্বাস আছে তুমি মোক কিৱা নহয় কিৱা এটা প্ৰত্যুত্তৰ দিৱা কিয়নো তুমি ইমানো নিষ্ঠুৰ নহয় জুৰি…। আৰু তুমি নিষ্ঠুৰ কেতিয়াে নহোৱা …!! )

ভাগ্যত তুমি নাই সেইয়া মই জানোঁ জুৰি…
কিন্তু হৃদয়ত গোতেই জীৱন তুমি এই থাকিৱা জুৰি…
is my god promised..…
I love you forever...Juri...
From:- Mousam Gogoi
Mob:-9127190345
email:- helpmausam@gmail.com

Click Here and see Beautiful Sms, Quotes, images